Search Results
ৰে’লেৰে অসম পালেহি আবদ্ধ যাত্ৰী, কিছু যাত্ৰী আক্ৰান্ত হৈছে জ্বৰ আৰু কাহত
দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হোৱা ৩ জন যাত্ৰী জ্বৰত আক্ৰান্ত হৈছে। নিয়া হৈছে চিকিৎসালয়।
ৰে’লেৰে মুঠ ১৩০ গৰাকী লোক আহি উপস্থিত হৈছিল গুৱাহাটীত। ১৪ দিনলৈ কোৱাৰেন্টীন কৰা হ'ব এওলোকক।
কিয় গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে?
কৰ’নাৰ HOTSPOT ফাঁচী বজাৰৰ LATEST UPDATE কি? কি ক'লে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?
পুনৰ ৰাজ্যত ৭ জনৰ দেহত ধৰা পৰিছে COVID-19। এওঁলোক আটাইকেইজন বাছেৰে মুম্বাইৰ পৰা আহিছিল।
আজিৰে পৰা সাধাৰণ ৰোগীৰ বাবে মুকলি কৰা হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।
ক’ৰবাত যদি ৰাইজে নিৰ্মাণ কৰিছে, আন ক’ৰবাত বিধায়কৰ উদ্যোগত নিৰ্মাণ হৈছে কোৱাৰেণ্টীন কেম্প
মাতৃভূমি পালেহি জুবিন গাৰ্গ, ৫ দিনত ৫ ৰাজ্য পাৰ হৈ মুম্বাইৰ পৰা অসম পালেহি পত্নী, ২ সতীৰ্থসহ জুবিন
৭ জন COVID-19+ ওলোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুত উপস্থিত স্বাস্থ্যমন্ত্ৰী। আক্ৰান্তসকলক GMCHলৈ প্ৰেৰণ
সৰুসজাইত স্বাস্থ্যমন্ত্ৰীয়ে তদাৰক কৰে দিল্লীৰ পৰা অহা যাত্ৰীসকলক কোৱাৰেণ্টিন চেণ্টাৰলৈ অনাৰপ্ৰক্ৰিয়া
বুধবাৰে মহানগৰীত ওলোৱা ১৫ জন COVID-19+ৰ সংস্পৰ্শলৈ অহা ২০৮ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে।